দীপাৱলী উপলক্ষে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰীৰ

दैनिक समाचार

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দীপাৱলী উপলক্ষে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে।

এটি টুইটত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;

“দীপাৱলীৰ পৱিত্ৰ উপলক্ষত দেশৰ জনসাধাৰণক আন্তৰিক শুভেচ্ছা জনালো। পোহৰৰ এই উৎসৱে আপোনালোক সকলোৰে জীৱনলৈ যেন সুখ, সমৃদ্ধি আৰু সৌভাগ্য কঢ়িয়াই আনে, তাৰেই কামনা কৰিলো।

সকলোকে দীপাৱলীৰ শুভেচ্ছা জনালো।”

Leave a Reply

Your email address will not be published. Required fields are marked *